Tangla, 14 Feb 2023: The people of Assam also celebrate Holi, Durga Puja, Diwali, Saraswati Puja, Lakshmi Puja, Kali Puja, Idd, Muharram, Me-Dam-Me-Phi, the birth and death anniversaries of Vaishnava Saints Srimanta Sankardev and Madhabdev, etc.
Rati: বিদ্য়ালয়ত উদ্ যাপন কৰা দিন, Days celebrated in schools of Assam |
Asom Divas, which is also known as Sukapha, is considered a regional public holiday in Assam. The festival is celebrated annually on December 2 with great fervor. The people of Assam started celebrating this festival in 1996 to celebrate the advent of the first Ahom king Sukaphaa from the Ahom Kingdom in Assam.
Bihu is the most popular folk dance in Assam. Bihu dances are performed by young boys and girls during the Bihu festivities which represent youthful passion, reproductive urge, and joy. It is characterized by brisk dance steps and rapid hand movement. Dancers wear traditionally colorful Assamese clothing.
বিদ্য়ালয়ত উদ্ যাপন কৰা দিন in Assamese,
১৭ জানুৱাৰীঃ শিল্পী দিৱস ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিন।
২৬ জানুৱাৰীঃ গণৰাজ্য দিৱস- ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী হয়।
৩০ জানুৱাৰীঃ শ্বহীদ দিৱস।
২৮ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।
৪ মার্চঃ শিশু সুৰক্ষা দিৱস।
২২ মার্চঃ বিশ্ব জল দিৱস।
৭ এপ্রিলঃ বিশ্ব স্বাস্থ্য দিৱস।
২২ এপ্রিলঃ ধৰিত্ৰী দিৱস।
১ মেঃ শ্রমিক দিৱস।
১১ মেঃ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।
৫ জুনঃ বিশ্ব পৰিবেশ দিৱস।
২০ জুনঃ বিষ্ণুৰাভা দিৱস। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু দিন।
১১ জুলাইঃ বিশ্ব জনসংখ্যা দিৱস।
১৫ আগষ্টঃ স্বাধীনতা দিবস। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন হয়।
২৯ আগষ্টঃ ৰাষ্ট্ৰীয় ক্রীড়া দিৱস।
৫ ছেপ্তেম্বৰঃ শিক্ষক দিৱস। ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিন।
৮ ছেপ্তেম্বৰঃ বিশ্ব স্বাক্ষৰতা দিৱস।
২১ ছেপ্তেম্বৰঃ বিশ্ব শান্তি দিৱস।
২ অক্টোবৰঃ গান্ধী জয়ন্তী। মহাত্মা গান্ধীৰ জন্ম দিন।
১৩ অক্টোবৰঃ আন্তর্জাতিক দুর্যোগ নিবাৰণ দিৱস।
১৪ অক্টোবৰঃ লক্ষ্মীনাথ বেজবৰুৱা জয়ন্তী-ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিন।
১৫ অক্টোবৰঃ বিশ্ব হাত ধোৱা দিৱস।
৫ নৱেম্বৰঃ সুধাকণ্ঠ দিৱস। ড° ভূপেন হাজৰিকাৰ মৃত্যু দিন।
১১ নৱেম্বৰঃ ৰাষ্ট্ৰীয় শিক্ষা দিৱস। ভাৰতৰ প্ৰথম শিক্ষা মন্ত্রী মৌঃ আবুল কালামৰ জন্ম দিন
১৪ নৱেম্বৰঃ শিশু দিৱস। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম দিন।
১৯ নৱেম্বৰঃ বিশ্ব অনাময় দিৱস।
১ ডিচেম্বৰঃ বিশ্ব এইড্চ দিৱস।
২ ডিচেম্বৰঃ অসম দিৱস।
৩ ডিচেম্বৰঃ বিশ্ব প্রতিবন্ধী দিৱস।
Bir Chilarai Divas is observed on 16 February as a regional public holiday in Assam, it falls in Phagun Maah of Purnima according to the Hindu calendar Februaryuary. This diva is celebrated on the birth anniversary of Mahabir Chilaray and was started by the Government of Assam in 2005.
“Lachit Barphukan is considered Assam's cultural idol after defeating a large army of the Mughal Empire to protect Guwahati in the Saraighat Battle on the banks of the Brahmaputra River in 1671. He was a powerful leader and courageous paragon, who has been the pride and maintained the sovereignty of his homeland.
Post a Comment
Thanks for messaging us. If you have any doubts. Please let me know.