-->

PM condoles the demise of Veteran Assamese actor, Nipon Goswami

"অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ অগ্ৰণী অৱদান আগবঢ়োৱা শ্ৰী নিপন গোস্বামীৰ বিয়োগত মৰ্মাহত হৈছো।  তেওঁৰ বৈচিত্ৰময় কৰ্মৰাজিক চলচ্চিত্ৰপ্ৰেমীয়ে স্মৰণ কৰিব।  তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকললৈ সমবেদনা জ্ঞাপন কৰিছো।  ঔম শান্তি: প্ৰধানমন্ত্ৰী @narendramodi"

Assamese actor
PM condoles the demise of Veteran Assamese actor, Nipon Goswami


The Prime Minister, Shri Narendra Modi has expressed deep grief over the demise of Veteran Assamese actor, Nipon Goswami.


The Prime Minister tweeted;


"Saddened by the passing away of Shri Nipon Goswami, who made a pioneering contribution to the Assamese film industry. His diverse works will be remembered by several film lovers. Condolences to his family and admirers. Om Shanti: PM @narendramodi"


অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীদেৱেৰ পৰলোক গমনৰ বাতৰি পাই মই ব্যথিত হৈ পৰিছোঁ৷ শৈশৱতে 'ককাদেউতা নাতি আৰু হাতী' নামৰ চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়তে অসমৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাগৰাকীৰ মই সান্নিধ্য লাভ কৰি ধন্য হৈছিলোঁ৷ বহুকেইখন অসমীয়া চিনেমাত অতি হৃদয়স্পৰ্শী, মননশীল চৰিত্ৰত অভিনয় কৰা গোস্বামীদেৱৰ সাংস্কৃতিক জগতলৈ অৱদান অসমীয়া জাতিয়ে কোনোদিনে পাহৰিব নোৱাৰিব৷ এই দুখৰ মুহূৰ্তত বৰেণ্য অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ মই চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ Assam CM Himanta Biswa Sarm on Facebook Page. 



Post a Comment

Thanks for messaging us. If you have any doubts. Please let me know.

Previous Post Next Post

Offer

<

Mega Offer